অসম

লামডিং জিআৰপিৰ জালত দুই দুৰ্বৃত্ত

প্ৰথম খবৰ, লামডিং: শুক্ৰবাৰে যমুনামুকৰ ৰুকচনা বেগম নামৰ এগৰাকী গৰ্ভৱতী মহিলাক চলন্ত ৰে’লত প্ৰহাৰ কৰাৰ অভিযোগ। লামডিং-কামাখ্যা পেচেনজাৰ ট্ৰেইনত সংঘটিত হৈছিল এই ঘটনা।

শুক্ৰবাৰে যমুনামুক ৰে’ল ষ্টেচনত দোষীক আটক কৰাৰ দাবীত উত্তেজনাৰ সৃষ্টি হৈছিল। আটকাধীন দুজন হ’ল লামচাখঙৰ ৰোহিত চহান আৰু চটে লাল চহান।

Related Articles

Leave a Reply

Close