অসম

লালপুলত এছ.এছ.বি.ৰ  উদ্যোগত বিনামূলীয়া মটৰ ড্ৰাইভিং প্ৰশিক্ষণ আৰু চিলাই মেচিং বিতৰণ

প্ৰথম খবৰ, দলগাঁও: ওদালগুৰি  জিলাৰ অন্তৰ্গত লালপুলস্থিত ২৩ বি.এন. এছ.এছ.বি.ৰ মূখ্যালয়ৰ উদ্যোগত ওদালগুৰি জিলাৰ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সীমামূৰীয়া অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতী সকলক আত্ম নিৰ্ভৰশীল কৰি তুলিবলৈ ড্ৰাইভিং প্ৰশিক্ষণ আৰু চিলাই মেচিং বিতৰণ কৰা হয়। এ.কে. মল্লিকে (ডি.আই.জি. বেজপাৰা) উন্মোচন কৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকে স্থানীয় দল-সংগঠন, বিভিন্ন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সন্দিক্ষাৰ সকলো কৰ্মকৰ্তাৰ লগতে তেজপুৰ ছেক্টৰৰ মূখ্যালয়ৰ সভানেত্ৰী শ্ৰীমতী সোনালী মল্লিক আৰু লালপুলৰ এছ.এছ.বি.ৰ ম্ৰিগেন শৰ্মা ( দ্বিতীয় কমান্ডেণ্ট ) উপস্থিত থাকি কাৰ্যসূচী সফল ৰূপায়ন কৰাত সহায় কৰে ।

Related Articles

Leave a Reply

Close