অসমশীৰ্ষৰাষ্ট্ৰীয়

শপত ল’লে কেন্দ্ৰীয় চৰকাৰৰ নতুন মন্ত্ৰীসকলে

নিউজ ডেস্ক, প্ৰথম খবৰ :ৰাষ্ট্ৰপতি ভৱনত আজি শপত গ্ৰহণ কৰে মোদী চৰকাৰৰ নতুন মন্ত্ৰীসকলে। কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পিছত নতুন মন্ত্ৰীক ৰাষ্ট্ৰপতি ৰাজনাথ কোবিন্দে শপত বাক্য পাঠ কৰায়।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নিৰ্মলা সীতাৰমনে। কেন্দ্ৰীয় ৰাজ্যিক শক্তি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পীয়ুষ গোৱেলে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে অশ্বিনী চৌবেৰ, বীৰেন্দ্ৰ কুমাৰ হেগড়ে, আৰ কে সিং, ধৰ্মেন্দ্ৰ প্ৰধান, শিৱ প্ৰতাপ, হৰদ্বীপ সিং, সত্যপাল সিং, গজেন্দ্ৰ সিং শেখাৱট আৰু এলফান্স কান্নানথানমে।

Related Articles

Leave a Reply

Close