অসম

শিৱসাগৰত মৃত দুস্প্ৰাপ্য সুগৰি পহু উদ্ধাৰ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: শিৱসাগৰ লাকুৱা চলা বনাঞ্চলৰ ভিতৰত থকা অ এন জি চিৰ ২ নং জি জি এছত এটি মৃত দুস্প্ৰাপ্য সুগৰি পহু উদ্ধাৰ ৷ উদ্ধাৰৰ সময়ত পহুতো জীৱিত আছিল যদিও আঘাটপ্ৰাপ্ত পহুটো মৃত্যু হয়। বন বিভাগৰ লোকৰ মতে পহুটো বাঘে আক্ৰমণ কৰাৰ সন্দেহ।

Related Articles

Leave a Reply

Close