অসমশীৰ্ষ

শোণিতপুৰত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ চাৰিদুৱাৰত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ। অৰুণাচলৰপৰা আনি আছিল কাঠখিনি। আব্দুল মালেক আৰু মজিবুৰ ৰহমান নামৰ দুজনক আটক। কাঠখিনিৰ মূল্য পাঁচ লাখ।

Related Articles

Leave a Reply

Close