অসম

সুধাকণ্ঠৰ ওপজা দিন পালন

শদিয়াৰ পৰা বগেন গগৈ, প্ৰথম খবৰ: ৰাজ্য তথা দেশৰ বিভিন্ন ঠাইৰ লগতে ওপজা ঠাই শদিয়াতো আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিনটো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । শদিয়াৰ শতফুল সাংস্কৃতিক গোষ্ঠী আৰু শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ভূপেন হাজৰিকাৰ ওপজা দিন পালন কৰা হয়।

Related Articles

Leave a Reply

Close