Home / অসম / সোণাপুুৰত অৱস্থান ধৰ্মঘট

সোণাপুুৰত অৱস্থান ধৰ্মঘট

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ: সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট। ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত আৰু কাৰ্বি, তিৱা আৰু বড়ো ছাত্ৰ সন্থাৰ সহযোগিতাত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*