Home / অসম / সোণাৰিত অচিনাক্ত দুষ্কৃতিকাৰীয়ে জ্বলালে দোকান

সোণাৰিত অচিনাক্ত দুষ্কৃতিকাৰীয়ে জ্বলালে দোকান

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: সোণাৰি মঞ্জুশ্ৰী চাহ বাগিছাৰ লালটি লাইনত অঘটন। অচিনাক্ত দুষ্কৃতিকাৰীয়ে পুৱতি নিশা জ্বলালে লাইনৰ দশৰত নন্দৰ দোকান। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হ’ল ঘটনাটো। প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পতি ভষ্মীভূত। নামতোলা আৰক্ষীৰ অনুসন্ধান আৰম্ভ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*