অসম

স্নিগ্ধৰাগৰ আৰোগ্য কামনা, আমগুৰিত ৰাজহুৱা প্ৰাৰ্থনা

প্ৰথম খবৰ, আমগুৰি: দিল্লীৰ গংগাৰাম চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা স্নিগ্ধৰাগ শইকীয়াৰ আৰোগ্য কামনা কৰি আজি সন্ধিয়া আমগুৰিত ৰাজহুৱা প্ৰাৰ্থনা কৰা হয়। আহোম জাতীয় গণ মঞ্চ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ আৰু আমগুৰি সমিতিৰ নেতৃত্বই এই কাৰ্যসূচীৰ আয়োজন কৰে।

Related Articles

Leave a Reply

Close