Home / অসম / হোৱাটছআপ,ফেচবুকে ব্যৱহাৰকাৰীৰ কি তথ্য তৃতীয় পক্ষক দিয়ে:উত্তৰ লাগে 

হোৱাটছআপ,ফেচবুকে ব্যৱহাৰকাৰীৰ কি তথ্য তৃতীয় পক্ষক দিয়ে:উত্তৰ লাগে 

নিউজ ডেস্ক, প্ৰথম খবৰ: হোৱাটছআপ, ফেচবুকে ব্যৱহাৰকাৰীৰ কি কি তথ্য তৃতীয় পক্ষক দিয়ে? উত্তৰ লাগে উচ্চতম ন্যায়ালয়ক৷ ছ’চিয়েল মেডিয়া দুয়োটাই এইক্ষেত্ৰত আঠাইশ নবেম্বৰৰ পূৰ্বে দাখিল কৰিব লাগিব শপতনামা৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে এই নিৰ্দেশ দিছে৷ উচ্চতম ন্যায়ালয়ৰ এই গোচৰটোত হোৱাটছআপ, ফেচবুকৰ হৈ যুক্তি দৰ্শাইছে অধিবক্তা কপিল শিবাল আৰু অৰবিন্দ দত্তাৰে৷ আদালতত অধিবক্তা শিবালৰ যুক্তি- লাষ্ট চিন, ফোন নম্বৰ, ডিভাইছৰ সবিশেষ তথ্যহে শ্বেয়াৰ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*