অসম

৫৮ সংখ্যক বৰ্ষত জাঁজী হাঁহচৰা সাৰ্বজনীন দুৰ্গাপূজা, সাজু আটক ধুনীয়া পূজা মণ্ডপ

জাঁজীৰ পৰা ধ্রুৱজ্যোতি ভট্টাচাৰ্য, প্ৰথম খবৰ: যোৰহাট জিলাৰ পূৱ প্ৰান্তৰৰ অন্যতম পুৰণি দুৰ্গাপূজা জাঁজী হাঁহচৰা সাৰ্বজনীন দুৰ্গাপূজা ই চলিত বৰ্ষত ৫৮ সংখ্যক বৰ্ষত ভৰি দিছে । সম্পূৰ্ণ আধ্যাত্মিকতাৰে আৰু সু-শৃংখলভাৱে উদযাপন কৰি অহা দুৰ্গাপূজা ভাগিয়ে বিগত তিনি বছৰ ধৰি ধাৰাবাহিকভাৱে যোৰহাট জিলাৰ ভিতৰত গ্ৰামাঞ্চলৰ শ্ৰেষ্ঠ পূজা সমিতিৰ সন্মান লাভ কৰি আহিছে।

ইতিমধ্যে আজি মহাষষ্ঠী পূজা আৰম্ভ হৈছে। সজাই পৰাই তোলা হৈছে পূজা আটক ধুনীয়া পূজা মণ্ডপ।

Related Articles

Leave a Reply

Close