অসম

উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ

উত্তৰ গুৱাহাটীৰ পৰা কৌশিক দাস, প্ৰথম খবৰ: উত্তৰ গুৱাহাটীৰ আৰক্ষীৰ জালত ১২ টকা আত্মসাৎ কৰা পোষ্ট মাষ্টৰ। উত্তৰ গুৱাহাটী মাজগাঁওৰ দোপদৰ পোষ্ট অফিচৰ পৰা ভুৱা ৰচিদৰে সংগ্ৰহ কৰিছিল এই ধন। পোষ্ট মাষ্টৰ উত্তৰ গুৱাহাটী ৰংমহল গাঁৱৰ কল্পজ্যোতি বৰা। কালি আৰক্ষীয়ে আটক কৰি কল্পজ্যোতিক ৫ দিনৰ বাবে জিম্মাত লৈছে সোধপোছৰ বাবে।

Related Articles

Leave a Reply

Close