অসমবিনোদনশীৰ্ষ

দূৰ্গা পুজাত অতনু ভূঞাৰ বেনাৰচী পাণ

নিউজ ডেস্ক, প্ৰথম খবৰ: শাৰদীয় দূৰ্গা পুজাত অনুৰাগীসকলৰ বাবে পুজাৰ গীত উপহাৰ দিলে অতনু ভূঞাই। এইবাৰ পিছে তেওঁ কোনো এটা চেনেলৰ হৈ গীতটো নিৰ্মাণ কৰা নাই। পুজাৰ গান এইবাৰ বনাইছে এ বি চি ডিৰ প্ৰশিক্ষাৰ্থীৰ সৈতে। তেওঁৰ মতে চেনেল নালাগে, ফেচবুক আৰু ইউটিউব জিন্দাবাদ। মুঠৰ ওপৰত টি আৰ পি মাষ্টাৰ হিচাপে জনাজাত সাংবাদিকগৰাকীয়ে পূজাক লৈ এইবাৰো ৰাজ্যবাসীক বিশেষ গান উপহাৰ দিলে। এইবাৰ গীতৰ বিষয়বস্তু জেলপি আৰু ছেলফি নহয়। আহকচোন চাওঁ এইবাৰ তেওঁৰ গীতৰ বিষয়বস্তু কি?

Related Articles

Leave a Reply

Close