অসম

মায়ঙত শিশুৰ সলিল সমাধি

প্ৰথম খবৰ, মায়ং: মায়ং থানাৰ অন্তৰ্গত ২ নং মুৰকাটাত আজি এটি শিশুৰ সলীল সমাধি ঘটে।শিশুটিৰ নাম কৃতিশ মণ্ডল। ঘৰৰ কাষতে থকা বাঢ়নী পানীত ডুবি মৃত্যু হয় শিশুটিৰ।পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰিছে।

Related Articles

Leave a Reply

Close