অসম

লামডিঙত মজদুৰ মৰ্চাৰ সমদল

প্ৰথম খবৰ, লামডিং: লামডিঙত ভাৰতীয় জনতা পাৰ্টীৰ হোজাই জিলাৰ নৱগঠিত মজদুৰ মৰ্চাৰ সমদল ৷ হোজাই জিলাৰ লামডিঙত আজি মজদুৰ মৰ্চাৰ বিশাল সমদল উলিওৱা হয়। ভাৰতীয় জনতা পাৰ্টীৰ নৱগঠিত অংগ মজদুৰ মৰ্চা ৷ হোজাই জিলাৰ সভাপতি আৰু জিলা সম্পাদকৰ উপস্থিতিত এক সজাগত অভিযান হিচাপে লামডিং বজাৰত এটা সমদল উলিয়াই।

Related Articles

Leave a Reply

Close