অসম

বোকাখাতত যুৱকৰ মৃতদেহ উদ্ধাৰ

বোকাখাতৰ পৰা ৰত্নেশ্বৰ মৰাং, প্ৰথম খবৰ: বোকাখাতৰ লতাবাৰী আহোম গাঁৱৰ ডিফলু নদীত এজন অচিনাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ ৷ নদীৰ পানীত উটি আহিছিল মৃতদেহটো ৷ মৃতদেহটোৰ পিন্ধনত অকল এখন গামোছা ৷ পুৱা স্থানীয় লোকে ডিফলু নদীত উটি অহা মৃতদেহটো দেখাৰ পাছত বোকাখাত আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close