Home / অসম / কামপুৰত গৃহ মন্ত্ৰীৰ জুমুঠি দাহ কৃষক মুক্তিৰ

কামপুৰত গৃহ মন্ত্ৰীৰ জুমুঠি দাহ কৃষক মুক্তিৰ

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা, প্ৰথম খবৰ: কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে। অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে কৃষক মুক্তিয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*