অসম

মৰাণত বজ্ৰপাতত ৬ গৰাকী মহিলা চাহ শ্ৰমিক গুৰুতৰভাবে আহত

প্ৰথম খবৰ, মৰাণ: মৰাণ খুমটাই চাহবাগিছাত কেঁচা চাহপাত চিঙি থকা অবস্থাত সংঘটিত হয় দুৰ্ঘটনাতো। ডিব্ৰুগড় এ এম চি হাস্পতাললৈ প্ৰেৰণ। মহিলা শ্ৰমিক কেইগৰাকী হ’ল-চান্দা কৰ্মকাৰ, উমা কিষান, গৌৰী লোহাৰ, ৰাখী মাল, পাৰ্ৱতী তাঁতী আৰু ফুলতুলি বস্তি।

Related Articles

Leave a Reply

Close