কবিতাসাহিত্য

লুপ্ত

কংকনা দাস:

এখিলা ৰঙীন কাগজ

তোমাৰ মনত পৰেনে?

অবিৰাম যাত্ৰা

সুখ-দুখৰ।

তোমাৰ জানো মনত আছে,

নে তুমি পাহৰি পেলালা?

সেই নিৰ্মল বতাহজাকত

নে মধুৰ দৃশ্যৰ আৱৰত।

ক’ত ক’ত, উৰুৱাই নিলে

নীলা চিয়াঁহীত লিপ্ত

সেই বগা কাগজ ডোখৰ।

Related Articles

Leave a Reply

Close