Home / বিনোদন / বলীউদৰ পৰ্দাত আকৌ কাম কৰিব প্ৰিয়ংকা চোপ্ৰাই

বলীউদৰ পৰ্দাত আকৌ কাম কৰিব প্ৰিয়ংকা চোপ্ৰাই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বলীউদত আকৌ ছবি কৰিবনে? তেওঁ ভাৰতক বেছি সনিদিয়াই হৈছে।  এনেবোৰ কথা এতিয়া বহুতৰে মুখত।

এই কথা নিজেই ব্যক্ত কৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, ২০১৮ চনৰ মাৰ্চ মাহৰ পিছত বলীউদত কিছু সময় দিব। বৰ্তমান তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুৱাণ্টিক’ত অভিনয় কৰি থকা বাবে সময়ৰ কিছু নাটনি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*