
লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: লাহৰীঘাট মৰিগাঁৱ জিলাৰ ভূৰাগাঁও থানাৰ সন্মুখত স্থানীয় ৰাইজ প্ৰতিবাদ। ভূৰাগাঁও মহাবিদ্যালয়ৰ উদন্ত ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ উচটনিত যোৱা কালি ভূৰাগাঁও চিকিৎসালয়ত তাণ্ডৱ চলোৱাক লৈ এই প্ৰতিবাদ। লগতে আৰক্ষীৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰে স্থানীয় ৰাইজে। লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ কন্দৰ্প শইকীয়াক গ্ৰেপ্তাৰৰ দাবী তুলি পুৱাৰে পৰা এই মূহুৰ্তলৈ ৰাজপথ অৱৰোধ কৰি থাকে ভূৰাগাঁৱৰ স্থানীয় ৰাইজে।