অসম

চিলাপথাৰত বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰত নামিল ফায়াৰ এণ্ড ইমাৰজেঞ্চী চাৰ্ভিচ

প্ৰথম খবৰ, চিচিবৰগাঁও: ৰাতি নেৰা- নেপেৰা বৰষুণে চিলাপথাৰৰ গান্ধীনগৰ, জ্যোতিনগৰ, বামগাঁও, লাচিত নগৰত সৃষ্টি কৰিলে কৃত্ৰিম বানপানীৰ। অৱশেষত বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰত নামিল ফায়াৰ এণ্ড ইমাৰজেঞ্চী চাৰ্ভিচ। ক্ষীপ্ৰ গতিত হোৱা নগৰীকৰণৰ ফলত মানুহৰ প্ৰয়োজনীয়তাক পূৰ কৰিবলৈ দ্ৰুতগতিত ঘৰ-দুৱাৰ নিৰ্মাণ কৰা ফলত প্ৰাকৃতিক জলাশয়সমূহ ক্ৰমান্বয়ে নোহোৱা হৈ আজি ৰাতিৰ নেৰা- নেপেৰা বৰষুণৰ জলৰাশিক ধৰি ৰাখিব নোৱৰাৰ বাবে ধেমাজিৰ বানিজ্য নগৰী চিলাপথাৰত কৃত্ৰিম বানপানী। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।

Related Articles

Leave a Reply

Close