অসম

সোণাপুৰত নিশা অবৈধ সুৰাৰ বিৰুদ্ধে মহানগৰ প্ৰশাসনৰ অভিযান

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ:  কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত শিতিশ পেগু, সোণাপুৰ ৰাজহচক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা, আবকাৰী বিভাগৰ নেতৃত্বত ৰাষ্ট্ৰীয়ত ঘাইপথৰ কাষত থকা ধাবা-ৰিজৰ্টত এই অভিযান । অৰেঞ্জ ৰিজৰ্ট, আতিথ্য ধাবা, জিংজাং আদিত অভিযান চলাই। অভিযান কালত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা। ঘটনাৰ সন্দৰ্ভত কেইবাজনকো আটক।

Related Articles

Leave a Reply

Close