Home / অসম / তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ

তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যকাণ্ডৰ প্ৰতিবাদত আজি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, তেজপুৰ সাংবাদিক সন্থা আৰু শোণিতপুৰ প্ৰেছ ক্লাৱৰ সদস্যসকলে তেজপুৰ চহৰত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাবস্ত্য কৰে।

সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যাকাণ্ড বিচাৰ চি বি আই হাতত অৰ্পণ কৰাৰ দাবী উলিওৱা সমদলত অসম জাতিয়তাবাদী যুৱ সন্মীলনৰ কেন্দ্ৰীয় সম্পাদক ৰাজিৱ দাস , সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথৰ লগতে বহুকেইটা সাংবাদিক সংগঠন, জাতীয় সংগঠনৰ নেতাকৰ্মীসকলে ক’লা বেজ পৰিধান কৰি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। সাংবাদিকসকলে এখন স্মাৰকপত্ৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ জিলা উপাযুক্তৰ জড়িয়তে প্ৰদান কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*