আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

অটো চালকৰ পুত্রই পালে ‘টিম ইণ্ডিয়া’ত স্থান

নিউজ ডেস্ক,প্ৰথম খবৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব লগীয়া আগন্তুক টি-২০ মেচ খনৰ কাৰণে দ্ৰুত বলাৰ মোহম্মদ চিৰাজক টিম ইণ্ডিয়া দলত অন্তৰ্ভূক্ত কৰা হৈছে| হায়দৰাবাদৰ বাসিন্দা চিৰাজ প্ৰথম বাৰ আন্ত:ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ লাভ কৰিলে| ৰঞ্জীত ট্ৰফিত ঘৰুৱা দলৰ হৈ চিৰাজে ৪৭টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল| তাৰ পাছৰ পৰাই তেওঁৰ ভাগ্য উদয় হয়| তেওঁক আই পি এলৰ বাবে ২.৬ কোটিৰ বিনিময়ত চানৰাইজ হায়দৰাবাদ টীমত লোৱা হৈছিল| চিৰাজ এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ আৰু
তেওঁৰ পিতৃ এগৰাকী অটোচালক|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close