শেহতীয়া
Home / অসম / অসমত ৰতন টাটাই স্থাপন কৰিব কেঞ্চাৰ হাস্পতাল

অসমত ৰতন টাটাই স্থাপন কৰিব কেঞ্চাৰ হাস্পতাল

নিউজ ডেস্ক,প্ৰথম খবৰ: অসমত কেঞ্চাৰ হাস্পতাল স্থাপন কৰিব ৰতন টাটাই| মুম্বাইত ৰতন টাটাৰ সৈতে বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা| অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাকী| আলোচনাত গুৱাহাটীত দক্ষিন এছিয়া কেঞ্চাৰ গৱেষণা কেন্দ্ৰ স্থাপনৰো প্ৰস্তাৱ লোৱা হয়| কেঞ্চাৰ গৱেষনাৰ ক্ষেত্রত ১৪০০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰা কথা টুইটাৰ যোগে জনালে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই|

Leave a Reply

Your email address will not be published. Required fields are marked *

*