অসমশীৰ্ষৰাষ্ট্ৰীয়

অৱশেষত গ্ৰেপ্তাৰ হ’ল বিজয় মালিয়া

নিউজ ডেস্ক, প্ৰথম খবৰ : কুখ্যাত সুৰা মাফিয়া বিজয় মালিয়া গ্ৰেপ্তাৰ হয়। ভাৰতৰ বেংকৰ পৰা কেইবাহাজাৰ টকা ঋণ লৈ পলাই ফুৰিছিল সুৰা মাফিয়াজন। ঋণ পৰিশোধ নকৰি লণ্ডনত আত্মগোপন কৰি আছিল বিজয় মালিয়াই। অৱশেষত লণ্ডনত গ্ৰেপ্তাৰ কৰে বিজয় মালিয়াক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close