অসমশীৰ্ষ

আছাম টকছৰ নিউজ এডিটৰ ৰিতুস্মিন শৰ্মালৈ আপুকৰ বঁটা

নিউজ ডেস্ক, প্ৰথম খবৰ: সাংবাদিক ঋতুস্মিন শৰ্মালৈ আপুকৰ যুৱ সাংবাদিক সাহিত্যিক কিৰণজ্যোতি হাজৰিকা সোঁৱৰণী সাংবাদিকতা বঁটা আজি মাৰ্ঘেৰিটাত অনুষ্ঠিত আপকুৰ কেন্দ্ৰীয় ৰূপালী জয়ন্তী সমাৰোহৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয়। এই বঁটাৰ সৈতে আগবঢ়োৱা হৈছিল নগদ দহ হেজাৰ টকা।

কিন্তু এই অনুষ্ঠানতে ঋতুস্মিনে মহানুভৱতাৰ পৰিচয় দি এই বঁটাৰ সৈতে আগবঢ়োৱা নগদ ধনখিনি কিৰণজ্যোতিৰ পত্নীক অনুষ্ঠানতে ৰাজহুৱাভাৱে প্ৰদান কৰে।

Related Articles

Leave a Reply

Close