অসম

‘আমি বৰপেইটা’ ফেইচবুক ফৰামৰ সহযোত স্বচ্ছতা  অভিযান

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: বৰপেটাত জাগৰণ সৃষ্টি কৰিছে ‘আমি বৰপেইটা’ ফেইচবুক ফৰামৰ সদস্য সকলে। যোৱা কেইবামাহ ধৰি মৃদুল তালুকদাৰ, মানৱজ্যোতি গোস্বামী সঞ্জীৱ ডি দাস আদিকে প্ৰমুখ্যে কৰি বহু কেইজন যুৱকে এই স্বচ্ছতা অভিযান চলাই আছে।
প্ৰতি দেওবাৰে এই যোদ্ধাসকলে বৰপেটাৰ মুখ্য পথৰ পৰা আৰম্ভ কৰি অলিয়ে গলিয়ে গৈ চহৰৰ আৱৰ্জনাবোৰ চাফা কৰে। তেওঁলোকৰ এই প্ৰচেষ্টাত ৰাইজেও সহাঁৰি জনোৱা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close