অসম

ওদালগুৰিত অবৈধ সুৰাৰ বিৰুদ্ধে বৃহৎ অভিযান

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ আন্তৰ্গত বৰঙাজুলিত দৈনিক বজাৰত অবৈধ দেশী-বিদেশী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৃহৎ অভিযান । আটছা, বৰঙাজুলি মদ নিবাৰণী সমিতিৰ দ্বাৰা এই অভিযান। অভিযানত দুই লক্ষাধিক টকাৰ সুৰা নষ্ট কৰা হয়। পাঁচ শতাধিক পুৰুষ মহিলাই মদৰ অবৈধ বেহাৰ বিৰুদ্ধে শ্লোগান দি আকাশ বতাহ কপাঁই তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close