অসম

কাজীমিলৰ সম্মুখত তীব্ৰ বেগী মেজিক আৰু বাইকৰ মুখামুখী সংঘৰ্ষ

বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ: বৰপেটা কাজীমিলৰ সম্মুখত তীব্ৰ বেগী মেজিক আৰু বাইকৰ মুখামুখী সংঘৰ্ষ। বাইক আৰোহী গুৰুতৰভাৱে আহত আৰু আনজন
অলপ সংকটজনক তেওঁক মেজিকৰ তলৰ পৰা উদ্ধাৰ কৰে আৰু মেজিকৰ এগৰাকী ছোৱালী বেছিকৈ আহত হয়। আহত সকলক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close