অসম

কামপুৰত জুবিন গাৰ্গ একাদশ বনাম কামপুৰ একাদশৰ মাজত প্ৰীতি ফুটবল খেল

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা, প্ৰথম খবৰ: নেৰা নেপেৰা বৰষুণৰ মাজতো কামপুৰত অনুষ্ঠিত হ’ল জুবিন গাৰ্গ একাদশ আৰু কামপুৰ একাদশৰ মাজত প্ৰীতি ফুটবল খেল। ফুটবল খেল খন উপভোগ কৰিব বাবে কামপুৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগীৰ আৰু ফুটবল প্ৰেমী হাজাৰ-হাজাৰ লোক ছাতি লৈ খেল উপভোগ কৰিবলৈ কামপুৰ ক্ৰীয়া সন্থা খেল পথাৰত উপস্থিত হোৱা পৰিলক্ষিত হ’ল।

এই উত্তেজনা পূৰ্ণ ফুটবল খেল খনত ৩-০ ব্যৱধানত জুবিন গাৰ্গ ফুটবল একাদশ জয়ী হয়। খেলৰ অন্তত জুবিনৰ মিছন চাইনা ছয় সপ্তাহ সম্পূৰ্ণ হোৱাত কেক কাটি ৰাইজৰ মাজত গীত পৰিবেশন কৰি উদযাপন কৰা পৰিলক্ষিত হ’ল।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close