অসম

কৃষ্ণাইত বৃদ্ধাৰ পৰলোকপ্ৰাপ্তি

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত হাদীগাঁও নিবাসী ধৰ্মপৰায়ণা মহিলা প্ৰমীলা চৌধুৰী(৯৮)ৰ আজি আবেলি ২ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাস ভৱনত মৃত্যু হয়। স্থানীয় মহিলা সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে জড়িত মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ, বোৱাৰী,  দুগৰাকী কন্যা, জোঁৱাই, নাতি-নাতিনী ১০ টি আৰু পৰিনাতি- নাতিনী ১১ টি ইহ সংসাৰত এৰি থৈ যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close