অসম

কেৰেলালৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱক

নিউজ ডেস্ক, প্ৰথম খবৰ: তিনিচুকীয়াৰপৰা কেৰেলালৈ যোৱাৰ পথত চেন্নাই চেণ্ট্ৰেল জংচনৰ পৰা সন্ধানহীন হৈ আছে অসমৰ এজন যুৱক। পংকজ বৰুৱা নামৰ সন্ধানহীন যুৱকজনৰ ঘৰ শিৱসাগৰত। যুৱকজনৰ পিতৃৰ নাম ললিত বৰুৱা। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে ৯৮৫৪৫৯০৪১৫ আৰু ৭৬৩৭৮০৫৮১৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close