অসম

গান্ধি জয়ন্তী উপলক্ষে ই বি ডাব্লিউ স্বচ্ছ ভাৰত অভিযান

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: আজি গান্ধি জয়ন্তী। সমগ্ৰ দেশৰ লগতে তেজপুৰৰ ইৰ্ষ্টান বেচ ওৱকচপৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে চাফাই অভিযান কৰা হয়। ইৰ্ষ্টান বেচ ওৱকচপৰ কামাণ্ডাৰ বিভুতি নাৰায়ন সিঙে উদ্ধোধন কৰা চাফাই অভিযান ওৱকচপৰ কেইবাশ কৰ্মকতাই অংশগ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close