অসম

গোৱালপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী আটক

গোৱালপাৰাৰ চেঁচাপানীৰ পৰা মনোৱাৰ হুছেইন, প্ৰথম খবৰ: আজি গণ মুক্তি সংগ্ৰামৰ আহ্বায়ক কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটীত কেন্দ্রীয়ভাৱে প্ৰতিবাদী গণ সমাৱেশ হয়। গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী ৰে’ল যোগে গুৱাহাটী যাবলৈ গোৱালপাৰা টাউন ৰে’ল ষ্টেচনত যোৱা পথত সম্পূৰ্ণ উগ্রপন্থী কায়দাৰে, গোৱালপাৰা সদৰ আৰক্ষীৰ এক বৃহৎ দলে ছাত্ৰ কৰ্মীসকলক আটক কৰি গোৱালপাৰা সদৰ আৰক্ষী থানাত লৈ যায় ৷ বৰ্তমান গোৱালপাৰা সদৰ আৰক্ষী থানাত আৱদ্ধ কৰি ৰাখিছে ছাত্ৰ কৰ্মীসকলক ৷ আৰক্ষীৰ এনে কাৰ্যক ধিক্কাৰ আৰু তীব্ৰ গৰিহণা দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close