অসম

ঘিলামৰাৰ বিলমুখ গাঁও পঞ্চায়তৰ GRS ক গ্ৰেপ্তাৰ

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঘিলামৰাৰ বিলমুখ গাঁও পঞ্চায়তৰ GRS শৈলেন পাতিৰক গ্ৰেপ্তাৰ, কিছু সময় পূৰ্বে কলাবাৰীৰ পৰা ঘিলামৰাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাতিৰক।

MGNREGA আৰু চতুদৰ্শ বিত্তীয় বৰ্ষৰ আঁচনি ৰূপায়নত দুৰ্নীতি আশ্ৰয় লোৱা পাতিৰ সহ ৪০ গৰাকী পঞ্চায়ত প্ৰতিনিধি,কৰ্মচাৰীৰ বিৰুদ্ধে ১৭ আগষ্টত গোচৰ তৰিছিল ঢকুৱাখনাৰ তদানীন্তন মহকুমাধিপতি দেৱাশীষ বৈশ্যই। তেতিয়াৰ পৰা পলাতক আছিল শৈলেন পাতিৰ।

Related Articles

Leave a Reply

Close