অসম

চিচিবৰগাঁৱত ” সুদৰ্শন থিয়েটাৰ “

প্ৰথম খবৰ ,চিচিবৰগাঁও: ধেমাজি জিলাৰ চিচিবৰগাঁৱত জীৱন মণি আত্ম সহায়ক গোটৰ সাহায্যাৰ্থে অহা ২০১৮ বৰ্ষৰ জানুৱাৰী মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে ভ্ৰাম্যমান জগতৰ এটি আগশাৰী দল সুদশৰ্ন থিয়েটাৰ মঞ্চস্থ কৰিব। উল্লেখযোগ্য যে, বৰ্তমান ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এই নাট্য দলটিৰ প্ৰতিখন নাটকতে সাম্প্ৰতিক প্ৰেক্ষাপটত ঘটি থকা বিভিন্ন দিশ সমূহৰ বাস্তৱ প্ৰতিফলনৰ লগতে সুন্দৰ অভিনয়েৰে নাট খনক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close