অসম

চৰাইদেউত স্মৃতি দিৱস পালন

প্ৰথম খবৰ, বৰহাট: চৰাইদেউ জিলা কবি সন্মিলনৰ সহযোগত তথা সোণাৰি শাখা কবি চক্ৰৰ উদ্যোগত আজি সোণাৰিত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সোণাৰি কবি চক্ৰৰ সভাপতি ইন্দিৰা কাকতিয়ে। স্মৃতি তৰ্পণ কৰে চৰাইদেউ জিলা কবি চক্ৰৰ সভাপতি সীদ্ধাৰ্থ দত্তই।অনুষ্ঠানটো উদ্বোধন কৰে চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে। নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰে।

বিশিষ্ট কবি নিবেদিতা ফুকনে। আনহাতে নাজিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা তথা বিশিষ্ট কবি ৰাজীৱ বৰাৰ সঞ্চালনাত যোৰহাট ,ডিব্ৰুগড়,শিৱসাগৰ,চৰাইদেউ জিলাৰ দুকুৰি কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।

Related Articles

Leave a Reply

Close