অসম

জেষ্ঠ সাংবাদিক বলেন বৰা অসুস্থ

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁৱৰ জেষ্ঠ সাংবাদিক বলেন বৰা আজি পুৱা হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ সাংবাদিক গৰাকীক লগে লগে নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে সাংবাদিক বৰা নগাঁৱৰ পৰা প্ৰকাশিত কলংপাৰ নামৰ সপ্তাহিক কাকতৰ সম্পাদক তদুপৰি তেওঁ দৈনিক অসমৰ নগাঁও জিলা সংবাদদাতা হিচাপে কাৰ্যনিবাহ কৰি আছে।

 

Related Articles

Leave a Reply

Close