অসমশীৰ্ষ

টীয়কত অচিনাক্ত ব্যক্তি উদ্ধাৰ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: আজি নিশা টীয়কৰ ৰাজপথত ঘুৰি ফুৰা এজন পৰিচয়বিহীন বয়সীয়াল ব্যক্তিক স্থানীয় ৰাইজে উদ্ধাৰ কৰি টীয়ক আৰক্ষীক খবৰ দিয়ে৷ টীয়ক আৰক্ষীয়ে বহুবাৰ সোধা পাছতো কোনো উত্তৰ নিদিয়াত টীয়ক আৰক্ষী বৰ্তমান বিপাঙত পৰিছে৷ টীয়ক আৰক্ষী থানাতে বৰ্তমান আশ্ৰয় প্ৰদান কৰা অচিনাক্ত ব্যক্তি জনৰ কোনো পৰিচয় পালে 8474031088 নম্বৰত যোগাযোগ কৰিবলৈ প্ৰশাসনে জনাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close