অসম

ডিগবৈত প্ৰায় ত্ৰিশ হাজাৰ টকা মূল্য লালি গুৰ সহ এখন বলেৰোত পিক আপ গাড়ী জব্দ  

ডিগবৈ পৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: ডিগবৈ নগৰৰ মাজমজিয়াত লালি গুৰ সহ এখন বলেৰো পিক আপ গাড়ী জব্দ। গাড়ী খনৰ নম্বৰ AS23BC-4013, লালি গুৰ খিনি মূল্য প্ৰায় ত্ৰিশ হাজাৰ টকা। গুৰ খিনি অংগত চাহু নামৰ ব্যৱসায়ী জনে চুলাই মদৰ ব্যৱসায়ীক বিক্ৰী বাবে আনিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান গুৰ সহ গাড়ী খন আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায়। তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close