অসম

ডিগবৈ আই অ চি পানীযোগান কেন্দ্ৰ অনিদিষ্ট বন্ধ কাৰ্যসূচী ৰূপায়ন, উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, ডিগবৈ: ডিগবৈ নগৰৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ নাজিৰাটিং অঞ্চলস্থিত আই অ চি ( এ অ ডি) ৰ পানী যোগান কেন্দ্ৰই সমগ্র ডিগবৈ অঞ্চলত দীৰ্ঘদীন ধৰি খোৱা পানী যোগান ধৰি আহিছে। কিন্তু আই অ চি কৰ্তৃপক্ষই নাজিৰাটিং তামুলি বনগাঁও অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সামাধানৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি বৰঞ্চ প্ৰতাৰাণাৰ কৰাৰ প্ৰতিবাদত আজি আই অ চি পানী যোগান কেন্দ্ৰটি অনিদিষ্ট কাললৈ বন্ধ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

Leave a Reply

Close