অসম

ডিগবৈ প্ৰেছ ক্লাবে আয়োজন কৰা ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল

প্ৰথম খবৰ, ডিগবৈ: ডিগবৈ প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰাক্তন বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ সোঁৱৰণত আয়োজিত অবিভক্ত ডিব্ৰুগড় জিলা ভিত্তিত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাখনি ডিগবৈ জুবিলী খেল পথাৰত অনুষ্ঠিত কৰা হৈছিল । উক্ত প্ৰতিযোগিতাৰ ফাইনেল খেলখনি আজি দিনৰ ২.৩০ বজাত ডিগবৈ ফুটবল ক্লাব আৰু বগাপানী ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’ব। সমূহ ক্ৰীয়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰমণি বুঢ়াগোঁহাই আৰু সম্পাদক ৰাজু হাজৰিকাই ।

Related Articles

Leave a Reply

Close