অসম

ডিমাকুছিৰ বাদলাপাৰাত বনৰীয়া মেথুনৰ আতংক

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ডিমাকুছিৰ বাদলাপাৰাত আজি দুদিন ধৰি আতংকৰ সৃষ্টি কৰা বনৰীয়া মেথুনটোক অৱশেষত বনবিভাগে ধৰিবলৈ সক্ষম হয়।

মেথুনটোক ওদালগুৰিৰ পৰা অহা ডক্টৰে অজ্ঞাত কৰি স্থানীয় বৰনদী অভয়াৰণ্যত মুকলি কৰি দিয়ে।

Related Articles

Leave a Reply

Close