অসম

ডিমাকুছি টংলা পথত বাগৰি পৰে এখন টাটা ইণ্ডিকো বাহন

প্ৰথম খবৰ, ডিমিকুছি: ডিমাকুছি টংলা যোৱা পথত আজি চিকাৰি বংলাৰ সমীপত হাঁহচৰাত সংঘটিত হয় এটি পথ দুৰ্ঘটনা। টাটা ইনদুকু বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ এটি দ’ গাঁতত বাগৰি পৰে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

ডিমাকুছিৰ পৰা টংলা হৈ গুৱাহাটী সোনাপুৰ অভিমুখে গৈ আছিল। গাড়ীখনৰ নম্বৰ এ এচ বি- বি- ১৭৫৫ নম্বৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close