অসম

তেজপুৰত সুৰা জব্দ

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: আজি আৰক্ষীৰ নিৰ্দেশত, তেজপুৰ দোলাবাৰীৰ মহিলা সমিতিৰ সাহসী পদক্ষেপ। মহিলা সমিতি, জিলা উপায়ুক্ত আৰু তেজপুৰৰ এছ পিৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ বিলাতী মদ আৰু ভাং জব্দ কৰিবলৈ সক্ষম হয়। দোলাবাৰীৰ সংগ্ৰামী মহিলা সমিতিয়ে অঞ্চলটোত চলি থকা অবৈধ সুৰা আৰু জুৱাৰ বিৰুদ্ধে অভিযান চলাই বহু অবৈধ সুৰা জব্দ কৰি বটলবোৰ ভাঙি পেলাই।

অঞ্চলতো এই অভিযান আৰম্ভ কৰি সমাজ তথা পৰিৱেশ নিকা কৰি সুন্দৰ পৰিৱেশ সৃষ্টি কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close