Home / অসম / তেজপুৰৰ ৮২ সংখ্যক মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি

তেজপুৰৰ ৮২ সংখ্যক মিলনবাকৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: ১৯৩৬ চনত তেজপুৰৰ মিলনবাকৰিত প্ৰতিষ্ঠা হোৱা মিলনবাকৰি ৰাস মহোৎসৱৰ এইবেলি ৮২ বছৰত ভৰি দিছে। অহা ইংৰাজী ৩, ৪ নবেম্বৰ তাৰিখে মিলন বাকৰি ১৪খন চুবুৰীৰ ৰাইজৰ প্ৰচেষ্টাত প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰী কৃষ্ণ ৰাসযাত্ৰাৰ আয়োজন কৰা হৈছে।

আজি মিলনবাকৰি ৰাসৰ দেৱপুৰ নামঘৰত মুল ৰাসৰ আৰু মিলনপুৰ শইকীয়া চুবুৰি মজলীয়া বিদ্যালয়ত নৃত্যনাটিকা মহুৰত তথা আখৰা আৰম্ভ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*