অসম

দৰঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ চহৰৰ মাজমজিয়াত আজি সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে নগা চুক্তি ৰাজহুৱা কৰাৰ দাবীত আৰু অসমৰ ভুমি নাগালিমক দিব বিচৰাৰ প্ৰতিবাদত জোঁৰ সমদল কৰে। জোঁৰ সমদল কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ শতাধিক কৰ্মীয়ে অংশগ্রহণ কৰে। প্ৰতিবাদতকাৰীয়ে মংগলদৈ চহৰেৰে হাতত জোঁৰ লৈ চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close