অসম

নামতিত বাগৰি পৰিল আই২০ গাড়ী

নামতি পৰা ৰূপম বৰবৰা, প্ৰথম খবৰ: নামতি নামতি পুলত সংঘটিত হৈছে পথ দুৰ্ঘটনা। নামতি নদীত বাগৰি পৰিল আই২০ গাড়ী। দুৰ্ঘটনাগ্ৰস্থ গাড়ী নম্বৰ AS 04 H 0280। শিমলুগুৰিৰপৰা পৰিয়ালসহ চামগুৰিলৈ বিবাহ অনুষ্ঠানলৈ পুত্ৰসহ মাতৃ আহিছিল।

Related Articles

Leave a Reply

Close